২১ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৯৪ তম (অধিবৰ্ষত ২৯৫ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭১ টা দিন বাকী থাকে৷
ঘটনাপঞ্জী[সম্পাদনা কৰক]
- ১২৯৬ - আলাউদ্দিন খিলিজীৰ দিল্লীৰ সিংহাসনত আৰোহণ।
- ১৮০৫ - ঐতিহাসিক ট্ৰেফেলগাৰ যুদ্ধত নৌ সেনাধ্যক্ষ হেৰোচিঅ' নেলছনৰ নেতৃত্বত ব্ৰিটিছ বাহিনী জয়লাভ।
- ১৯৩৪ - জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ ছ'চিয়েলিষ্ট দলৰ গঠন।
- ১৯৩৪ - মাও জেদঙে বিখ্যাত লং মাৰ্চৰ শুভাৰম্ভ কৰে।
- ১৯৪৩ - ছিংগাপুৰত সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা।
- ১৯৯১ - কপিলদেৱৰ দ্বাৰা এদিনীয়া ক্ৰিকেটত দুশ উইকেট দখলৰ বিশ্ব অভিলেখ।
- ১৯৯৯ - প্ৰবীণ প্ৰযোজক তথা পৰিচালক বি আৰ চোপ্ৰালৈ ১৯৯৮ চনৰ দাদাচাহেব ফাল্কে বঁটা।
- ১৯৯৯ - ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ।
- ২০০১ - বিশ্ব জুনিয়ৰ হকীত ভাৰতৰ চেম্পিয়ন খিতাপ দখল।
জন্ম[সম্পাদনা কৰক]
- ১৭৭২ - ছেমুৱেল টেলৰ ক'লৰিজ: ইংৰাজ ৰোমাণ্টিক কবি,
- ১৮৩৩ - আলফ্ৰেড ন'বেল: চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু ডিনামাইটৰ উদ্ভাৱক,
- ১৮৮৭ - কৃষ্ণা সিং: বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৯৮ - অজিত: হিন্দী চলচ্চিত্ৰ অভিনেতা,
- ১৯৬৯ - জেক কেৰুয়াক: আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক,
- ২০১২ – যশ চৌপ্ৰা: ভাৰতীয় পৰিচালক,প্ৰযোজক, আৰু কাহিনী লিখক।
দিৱস[সম্পাদনা কৰক]
- আপেল দিৱস - সংযুক্ত ৰাজ্য।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
প্ৰ • আ • স
বছৰৰ সকলো দিন আৰু মাহৰ তালিকা |
|---|
|
আজি: ৮ ছেপ্টেম্বৰ, ২০১৯ | | | জানুৱাৰী |
১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১ |
|---|
| | ফেব্ৰুৱাৰী |
১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ |
|---|
| | মাৰ্চ |
১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১ |
|---|
| | এপ্ৰিল |
১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ |
|---|
| | মে' |
১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১ |
|---|
| | জুন |
১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ |
|---|
| | জুলাই |
১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১ |
|---|
| | আগষ্ট |
১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১ |
|---|
| | ছেপ্টেম্বৰ |
১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ |
|---|
| | অক্টোবৰ |
১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১ |
|---|
| | নৱেম্বৰ |
১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ |
|---|
| | ডিচেম্বৰ |
১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১ |
|---|
|
- প্ৰাসঙ্গিক তাৰিখসমূহ: অ-মান্যতাপ্ৰাপ্ত তাৰিখসমূহৰ তালিকা
|
|
067t Uq1Rm Rn uIiXYy k12p QHKkx N Rr Eex t234Jj KkYyd